বৰদোৱাৰ কদমুনীত কৃষক মুক্তিৰ গণ প্ৰতিবাদী কাৰ্যসূচী

কা বাতিল আৰু অখিল গগৈসহ সকলো কাৰাৰুদ্ধ নেতাৰ মুক্তিৰ দাবীত বৰদোৱাৰ কদমুনীত কৃষক মুক্তিৰ গণ প্ৰতিবাদী কাৰ্যসূচী
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নগাঁও জিলা সমিতিৰ উদ্যোগত 'কা' বাতিল আৰু কৃষক নেতা অখিল গগৈ, ধৈৰ্য কোঁৱৰ, ছাত্ৰ নেতা বিতু সোণোৱাল আৰু মানস কোঁৱৰসহ কাৰাৰুদ্ধ সকলো নেতা মুক্তিৰ দাবীত আজি নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ কদমুনীত এক বিশাল গণ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।
প্ৰতিবাদী কাৰ্যসূচীত শিল্পী বিপিন চাওঁদাং, জ্যেষ্ঠ সাংবাদিক হাইদৰ হুছেইন, কা বিৰোধী সংগ্ৰামৰ অগ্ৰণী নেত্ৰী মিৰা বৰঠাকুৰ, মানৱ অধিকাৰ কৰ্মী লাচিত বৰদলৈ, কৃষক মুক্তিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি অনিল বড়ো, ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলাম আৰু আমছুৰ যুটীয়া সম্পাদক মোছাৰফ হুছেইন কবীৰ, সংগ্ৰামী কবি-লেখক বুবুল শৰ্মাৰ লগতে স্থানীয় বিভিন্ন দল- সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰি সকলোৱে জাতিধ্বংসী 'কা' বাতিলৰ লগতে কৃষক নেতা অখিল গগৈ, কৃষক মুক্তিৰ সম্পাদক ধৈৰ্য কোঁৱৰ, ছাত্ৰ মুক্তিৰ সভাপতি বিতু সোণোৱাল আৰু মানস কোঁৱৰসহ সকলো কাৰাৰুদ্ধ নেতাৰ বিনাচৰ্তে মুক্তিৰ দাবী জনায়।
ছাত্ৰ মুক্তিৰ কাৰ্য্যকৰি সভাপতি আশ্ৰাফুল ইছলামে এনেদৰে হুংকাৰ প্ৰদান কৰে-

Comments
Post a Comment